Jump to content

Talk:আদিকাণ্ড

Add topic
From Wikisource

মাননীয় মহাশয়/মহাশয়া, সপ্তকাণ্ড ৰাময়ণ খন আপুনি লিখি থকা দেখি আছো কেইবাদিনৰ পৰা। এটা সুন্দৰ তথা বৃহত্ প্ৰজেক্ট হাতত লৈছে আপুনি, কিন্তু যথেষ্ট সময় লাগিব নিশ্চয়। পিছে আপোনাৰ আই ডি নামটোৰ সলনি আপোনাৰ আই পি ঠিকনাটোহে দেখা গৈ আছে। নামটো জানিলেহে ভাল লাগে................

Start a discussion about আদিকাণ্ড

Start a discussion